এইবাৰ NRCক লৈ মাত মাতিছে মৌলানা আৰ্শ্বাদ মাদানীয়ে, দিল্লীত কি ক’লে মাদানীয়ে?
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ ঘোষণা কৰি মাদানীয়ে সংবাদ মেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্র সমালোচনা কৰে।
নতুন দিল্লীৰ Constitution Clubত জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা চৈয়দ অৰ্শ্বাদ মাদানীৰ সংবাদ মেল।

অমিত শ্বাহৰ চুবুৰীয়া দেশৰ অমুছলমান লোককহে মাথো নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি কোৱা মন্তব্যক তীব্ৰ সমালোচনা কৰে মাদানীয়ে। গৃহমন্ত্ৰীৰ এনে চিন্তা সংবিধানৰ পৰিপন্থী বুলিও কয় মাদানীয়ে।
আমি NRCৰ বিৰোধিতা নকৰো, সমগ্ৰ দেশতে NRC হওক, কিন্তু NRCৰ গইনা লৈ সংখ্যালঘূক হাৰাশাস্তি কৰা হৈছে যি গ্রহণযোগ্য নহয়, মন্তব্য মাদানীৰ।
‘CJI ৰঞ্জন গগৈয়ে অসমক ধ্বংসৰ দিশলৈ ঠেলি দিছে’ - মন্তব্য শিলাদিত্য দেৱৰ
অসম

‘কমিছনৰ অংক যে আছে নিশ্চিত অন্যথা ব্লেকলিষ্টেড NGOক দায়িত্ব দিয়েনে’

‘প্ৰব্ৰজিত মুছলমান বদৰুদ্দিনৰ বাবে কেঁচামাল’

মোদীৰ ‘মন কী বাত’ ক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ ‘দেশ কী বাত’!
দেশ

Comments
Post a Comment